নেলীত তেজেৰে ৰঙা হৈ গৈছিল ‘দিমাল’ৰ বুকু... ....কুটুমৰ দেহৰ তেজেৰে ৰাঙলী হোৱা এই ‘সুঁতি’টোৰ পানী ব্যৱহাৰ কৰি আমি এতিয়া জীৱন ধাৰণ কৰিব লগা হৈ...
নেলীত তেজেৰে ৰঙা হৈ গৈছিল ‘দিমাল’ৰ বুকু...
....কুটুমৰ দেহৰ তেজেৰে ৰাঙলী হোৱা এই ‘সুঁতি’টোৰ পানী ব্যৱহাৰ কৰি আমি এতিয়া জীৱন ধাৰণ কৰিব লগা হৈছে....প্ৰতিনিয়ত ‘সংগী’ হৈ পৰিছে চৰম কাৰুণ্যৰে ভৰা স্মৃতি...
নেলী! য'ত প্ৰতিনিয়ত অনুৰণন হয়–মানৱতা ভূ-লূণ্ঠিত হোৱাৰ নিৰ্মম তীব্ৰতা...!
নেলী! য'ত প্ৰতিনিয়ত ভাহি আহে কেঁচুৱাৰ পৰা অশীতিপৰ জনলৈকে নিহত-আহত হোৱা সকলৰ মৰণ কাতৰ আৰ্তনাদ...!
১৯৮৩ চনৰ ১৮ ফেবু্ৰৱাৰীৰ পিছৰ নেলীৰ ভোগডোবা হাবি ৷
No comments