বৰবড়ীৰ ৫৮৫জনৰ সমাধি য়ে আজিৰ প্ৰজন্মৰ সন্মুখত জগাই তোলে তিৰাশীৰ ভয়াৱহ দিন .. .গাঁওখনৰ নিহত ৫৮৫ জনৰ স্মৃতি বিষাদৰ সোঁৱৰনি.. . আজিৰ প্ৰজন...
...গাঁওখনৰ নিহত ৫৮৫ জনৰ স্মৃতি বিষাদৰ সোঁৱৰনি...আজিৰ প্ৰজন্মই সেই গণকবৰৰ অস্তিত্বৰ পৰা বুজি উঠিছে গণহত্যা কি, কিয় কৰা হৈছিল সেই নিৰ্মম হত্যাযজ্ঞ, কোনে সংঘটিত কৰিছিল, কোনে সমাপন কৰিছিল তেনে বীভৎস কাৰ্যসূচী ...
No comments